Wikidata:Main Page/Content/as

From Wikidata
Jump to navigation Jump to search
This page is a translated version of the page Wikidata:Main Page/Content and the translation is 100% complete.
স্বাগতম!

ৱিকিডাটা হৈছে এক মুক্ত আৰু মুকলি জ্ঞানৰ আধাৰ যাক মানুহ আৰু যন্ত্ৰ উভয়ে পঢ়িব আৰু সম্পাদনা কৰিব পাৰে।

ৱিকিডাটাই ৱিকিপিডিয়া, ৱিকিভৱেজ, ৱিকিঅভিধান, ৱিকিউৎস আৰু অন্যান্যকে ধৰি ইয়াৰ ৱিকিমিডিয়া ভগ্নী প্ৰকল্পসমূহৰ সংগঠিত তথ্য'ৰ বাবে কেন্দ্ৰীয় সঞ্চয় হিচাপে কাম কৰে।

ৱিকিডাটাই কেৱল ৱিকিমিডিয়া প্ৰকল্পৰ বাহিৰেও আন বহুতো ছাইট আৰু সেৱাক সমৰ্থন প্ৰদান কৰে! ৱিকিডাটাৰ সমল [বিনামূলীয়া অনুজ্ঞাপত্ৰৰ অধীনত উপলব্ধ], মানক বিন্যাস ব্যৱহাৰ কৰি ৰপ্তানি কৰাSpecial:MyLanguage/Wikidata:Database download|, আৰু আন মুকলি ডাটা সমূহৰ সৈতে আন্তঃসংযোগ কৰিব পাৰি লিংক কৰা ডাটা ৱেবত।

জড়িত হওক
এটা সম্পূৰ্ণ আৰম্ভ নিৰ্দেশিকা বাবে,যাওক সম্প্রদায় প্রবেশদ্বাৰ.

ৱিকিডাটাৰ বিষয়ে জানক

ৱিকিডাটাত যোগদান দিয়ক

ৱিকিডাটা সম্প্ৰদায়ক লগ কৰক

ৱিকিডাটাৰ পৰা তথ্য ব্যৱহাৰ কৰক

অধিক...
সংবাদ
  • 2024-07-10: Wikidata records its 2,200,000,000th edit.
  • 2024-07-10: The Wikidata development team held the Q3 Wikidata+Wikibase office hour on July 10th at 16:00 UTC. They presented their work from the past quarter and discussed what's coming next for Q3. Find the session log here.
  • 2024-05-07: Wikidata records its 231th edit, the revision IDs not fitting into 32-bit signed integer anymore
  • 2024-04-10: The development team at WMDE held the 2024 Q2 Wikidata+Wikibase office hour in the Wikidata Telegram group. You can read session log.
  • 2024-04: Wikidata held the Leveling Up Days, an online event focused on learning more about how to contribute to Wikidata from the 5th to 7th and 12th to 14th of April.

More news... (edit [in English])

তথ্যৰ বিষয়ে জানক

তথ্যৰ আশ্চৰ্যকৰ স্থানত নতুন? Develop and improve your data literacy through content আপোনাক গতি বঢ়াবলৈ আৰু মৌলিক বিষয়বোৰৰ সৈতে আৰামদায়ক অনুভৱ কৰিবলৈ প্ৰস্তুত কৰা হৈছে।

সন্ধান কৰক

ৱিকিডাটা সম্প্ৰদায়ৰ উদ্ভাৱনীমূলক প্ৰয়োগ আৰু অৱদানসমূহ

বৈশিষ্ট্যযুক্ত ৱিকিপ্ৰকল্প:
ৱিকিপ্ৰকল্প সংগীত

ৱিকিপ্ৰকল্প সংগীত হৈছে সম্পাদকসকলৰ ঘৰ যিয়ে শিল্পী, সংগীত উলিয়াত, ট্ৰেক, পুৰস্কাৰ, আৰু পৰিবেশনৰ বিষয়ে তথ্য যোগ কৰাত সহায় কৰে! ইয়াৰ উপৰিও বহুতো সংগীত ডাটাবেছ আৰু সেৱাৰ সৈতে ৱিকিডাটা সংযোগ কৰাটো প্ৰকল্পটোৰ আন এটা কাম। আমাৰ প্ৰকল্প পৃষ্ঠাত আমাৰ ডাটা মডেলৰ বিষয়ে পঢ়ক আৰু টেলিগ্ৰামত আমাৰ সৈতে কথা পাতক

অধিক:

  • ৱিকিডাটা ব্যৱহাৰ আৰু অন্বেষণৰ বাবে আমাৰ কিছুমান উত্তম সঁজুলি আৰু গেজেটৰ বাবে এইটো চাওক Wikidata:Tools

ৱিকিডাটা ব্যৱহাৰ কৰি কৰা এটা আকৰ্ষণীয় প্ৰকল্প বা গৱেষণাৰ বিষয়ে জানেনে? আপুনি মূল পৃষ্ঠাত প্ৰদৰ্শিত হ'ব লগা বিষয়বস্তু মনোনীত কৰিব পাৰে here!

 ৱিকিপিডিয়া – বিশ্বকোষ     ৱিকিঅভিধান – অভিধান আৰু শব্দকোষ     ৱিকিগ্ৰন্থসমূহ – পাঠ্যপুস্তক, সহায়িকা, ৰন্ধনকিতাপ     ৱিকিবাৰ্তা – সংবাদ     ৱিকিউদ্ধৃতি – উদ্ধৃতিৰ সংকলন     ৱিকিউৎস – পুথিভঁৰাল     ৱিকিবিশ্ববিদ্যালয় – শিক্ষণৰ সম্পদসমূহ     ৱিকিযাত্ৰা – ভ্ৰমণ নিৰ্দেশিকা    ৱিকিপ্ৰজাতি – প্ৰজাতিসমূহৰ নিৰ্দেশিকা    ৱিকিকাৰ্য্যসমূহ – বিনামূলীয়া চফ্টৱেৰ কাৰ্য্যসমূহ     ৱিকিমিডিয়া কমন্স – মিডিয়া ভঁৰাল     ইনকিউবেটৰ – নতুন ভাষা সংস্কৰণসমূহ     মেটা-ৱিকি – ৱিকিমিডিয়া প্ৰকল্পৰ সমন্বয়     মিডিয়াৱিকি – চফ্টৱেৰ নথিপত্ৰ